Home
About Us
Events
Gallery
Contact us
ৰাম কৰে ৰাসকেলি গোপাল গোপীসঙ্গে।
হৰি বোল হৰি বোল নিৰন্তৰে ৰঙ্গে॥ ৭৯॥
পদ॥
শুক নিগদতি পাছে গোৱিন্দ তহিতে।
আৰম্ভিলা ৰাসক্ৰীড়া গোপিকা সহিতে॥
দুহোঁ গোপী মাজে এক ভৈলন্ত মাধৱ।
প্ৰৱৰ্ত্তিলা তথা ৰাসক্ৰীড়া মহোৎসৱ॥
Play
Your browser does not support the audio element.
News / ঘোষণা
নবীনতম সংবাদৰ বাবে ইয়াত ক্লিক কৰক / For latest news click here
উপ - সমিতি : ২০২৫-২০২৬ খ্ৰীষ্টাব্দ
Previous
Next
উদযাপন সমিতি
উপহাৰ কুপনৰ ফলাফল
কুপনৰ ফলাফল 2025
Announcement
×
© All rights reserved. | Design and Developed by LHD IT Solutions