ৰাম কৰে ৰাসকেলি গোপাল গোপীসঙ্গে।
হৰি বোল হৰি বোল নিৰন্তৰে ৰঙ্গে॥ ৭৯॥
পদ॥
শুক নিগদতি পাছে গোৱিন্দ তহিতে।
আৰম্ভিলা ৰাসক্ৰীড়া গোপিকা সহিতে॥
দুহোঁ গোপী মাজে এক ভৈলন্ত মাধৱ।
প্ৰৱৰ্ত্তিলা তথা ৰাসক্ৰীড়া মহোৎসৱ॥

News / ঘোষণা

উপ - সমিতি : ২০২৫-২০২৬ খ্ৰীষ্টাব্দ

উদযাপন সমিতি

উপহাৰ কুপনৰ ফলাফল

© All rights reserved. | Design and Developed by LHD IT Solutions